ধেমাজিৰ কাছাৰী ময়দানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণসমাৱেশ

ধেমাজিৰ কাছাৰী ময়দানত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণসমাৱেশ
  • ধেমাজিৰ কাছাৰী ময়দানত বিশাল গণসমাৱেশ৷
  • সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত এই সমাৱেশ।
  • দুই সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে চুতীয়াক জনজাতিকৰণ কৰাৰ দাবী।
  • বগীবিল দলং সতীসাধনী সেঁতু নামেৰে নামকৰণৰ দাবী প্ৰতিবাদকাৰীৰ।
  • চুতীয়া ছাত্ৰ সন্থাৰ সমাৱেশত কেইবাটাও সংগঠনৰ সদস্যৰ অংশগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in