ঢেকীয়াজুলিত সচেতন নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

ঢেকীয়াজুলিত সচেতন নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট
  • ঢেকীয়াজুলিত সচেতন নাগৰিক মঞ্চৰ শোণিতপুৰ শাখাৰ অৱস্থান ধৰ্মঘট।
  • ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আসোঁৱাহ দূৰ কৰি শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী।
  • ইতিমধ্যে বাতিল কৰা ৫খন নথি বাহাল ৰখাৰ দাবী প্ৰতিবাদকাৰীৰ।
  • সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদত অন্যান্য ৫ সংগঠনৰ সমৰ্থন।
  • 'এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ এক নায়কত্ববাদ বন্ধ কৰক' বুলি দাবী জনায় প্ৰতিবাদকাৰীয়ে।
  • ডি ভোটাৰৰ নামত স্বদেশীক হাৰাশাস্তি কৰাৰো অভিযোগ প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in