ঢেকীয়াজুলিত চাঞ্চল্যকৰ ঘটনা! গুলীচালনা কৰি ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটিলে ধন…

ঢেকীয়াজুলিত চাঞ্চল্যকৰ ঘটনা! গুলীচালনা কৰি ব্যৱসায়ীৰ পৰা দুৰ্বৃত্তই লুটিলে ধন…
  • ঢেকীয়াজুলিত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • দেওবাৰে সন্ধিয়া ব্যৱসায়ীক লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা।
  • পালচাৰ বাইকত অহা ২ দুৰ্বৃত্তই গুলীচালনা কৰে বুলি জানিব পৰা গৈছে।
  • গুলীচালনাৰ পিছতেই দুৰ্বৃত্তই ধন লুট কৰি নিয়ে।
  • গুলীচালনাৰ ঘটনাত কথমপি প্ৰাণ ৰক্ষা হৈছে ব্যৱসায়ীগৰাকীৰ।
  • গুৰুতৰভাৱে আহত ব্যৱসায়ীগৰাকীৰ নাম ধৰ্মচান্দ পাণ্ডিয়া।
  • দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইকখন আছিল নম্বৰপ্লেটবিহীন।
  • ইফালে গুলীচালনাত বিফল হৈ হেলমেটেৰেও আক্ৰমণ কৰিছিল দুৰ্বৃত্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in