শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

ঢকুৱাখনাৰ “শংকৰ মাধৱ ক্ষেত্ৰ”ৰ শিশু ভাওনা সমাৰোহ চাবলৈ দূৰ দূৰণিৰ দৰ্শকৰ আগমন…

132

ডিজিটেল সংবাদ,ঢকুৱাখনা: প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘ,অসমৰ ঢকুৱাখনা মাণ্ডলীক সমিতিৰ উদ্যোগত আৰু বালিগাঁও বুনিয়াদী সংঘৰ আতিথ্যত বৃহস্পতি বাৰৰ পৰা ঢকুৱাখনাৰ বালিগাঁৱৰ শংকৰ মাধৱ ক্ষেত্ৰত পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা ১৪ বছৰৰ অনুৰ্দ্ধৰ সদৌ অসম ভিত্তিত প্ৰতিযোগিতা মূলক শিশু ভাওনা সমাৰোহৰ আজি চতুৰ্থ দিন।

দেওবাৰে সন্ধিয়া ৫.৩০ বজাত প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক নৱ শইকীয়াই ভাওঁনা উদ্ধোধন কৰা পাছতে সন্ধিয়া ৬ বজাত “শ্ৰীশ্ৰী ৰামচন্দ্ৰৰ পৰাজয়” নামৰ ভাওঁনাখনি পৰিৱেশন কৰে শিৱসাগৰ মাহিগাঁও ৰঘুমনি শিল্পী সমাজে আৰু সন্ধিয়া ৯.৩০ বজাত ঢকুৱাখনা সন্মিলিত সাংস্কৃতিক মঞ্চ শিল্পী সকলে পৰিৱেশন কৰিব “সিন্ধু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গাৰোহণ”৷

২০ জানুৱাৰী সোমবাৰে অৰ্থাৎ শেষৰ দিনা সন্ধিয়া ৫.৩০ বজাত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° অমিয় কুমাৰ সন্দিকৈয়ে ভাওঁনা উদ্ধোধন কৰা পাছতে সন্ধিয়া ৬ বজা লগে লগে লখিমপুৰ পথালি পাহাৰ আঞ্চলিক জন্মোৎসৱ সমিতি শিল্পী সকলে “মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ” ভাওঁনাখনি পৰিৱেশন আৰু সন্ধিয়া ৯.৩০ বজাত বটাবিতৰণি অনুষ্টানত বিশিষ্ট অতিথি হিচাপে প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ মুখ্য শৰণাচাৰ্য সভাপতি দেৱৰাম সূত আৰু মুখ্য অতি

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি