ঢকুৱাখনাত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ…VIDEO

ঢকুৱাখনাত উদ্ধাৰ বৃহৎ আকাৰৰ অজগৰ…VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ কেকুৰী মধুপুৰত উদ্ধাৰ হৈছে এটা বৃহৎ অজগৰ। প্ৰায়-৪০ কিলোগ্ৰাম ওজনৰ এটা অজগৰটো কেঁকুৰী অঞ্চলৰ পথাৰত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰা পাছত সমীপৰ এটা তিনিআলিলৈ লৈ আনি ঢকুৱাখনা বন বিভাগক খবৰ দিয়ে।

অৱশেষত বন বিভাগৰ লোকে উদ্ধাৰ কৰি আনে। ঢকুৱাখনাৰ বন বিষয়া চন্দ্ৰকান্ত দাসৰ তৎপৰতাত অজগৰটো লখিমপুৰৰ বগীনদীৰ দুলুং বনাঞ্চলত এৰি দিয়া হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in