ৰাজ্যত হিজবুল মুজাহিদীনৰ উত্থানক লৈ তৎপৰ অসম আৰক্ষী

ৰাজ্যত হিজবুল মুজাহিদীনৰ উত্থানক লৈ তৎপৰ অসম আৰক্ষী
  • ৰাজ্যত হিজবুল মুজাহিদীনৰ উত্থানক লৈ তৎপৰ অসম আৰক্ষী।
  • আৰক্ষী সঞ্চালক কুল শইকীয়াৰ অধ্যক্ষতাত বিশেষ বৈঠক।
  • পল্টনবজাৰ আৰক্ষী নিৱেশত অনুষ্ঠিত এই বৈঠক।
  • বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যও উপস্থিত বৈঠকত।
  • বৈঠকত ৰাজ্যৰ আন সন্ত্ৰাসবাদী সংগঠনৰ সন্দৰ্ভতো আলোচনা হোৱাৰ সম্ভাৱনা ।
  • আগন্তুক বিধানসভা অধিবেশন আৰু দুৰ্গাপূজাৰ নিৰাপত্তাৰ সন্দৰ্ভতো আলোচনা বৈঠকত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in