শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

মহাৰাষ্ট্ৰত কৃষকসকলে আত্মহত্যা কৰাটো শৰদ পাৱাৰৰ পাপঃ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছ…

138

ডিজিটেল ডেস্কঃ অহা ২১ অক্টোবৰ, ২০১৯ত মহাৰাষ্ট্ৰত হ’ব বিধানসভা নিৰ্বাচন। ইয়াক লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে নেতাসকল। তাৰমাজতে শনিবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনাভিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শৰদ পাদাৱৰৰ বিৰুদ্ধে উত্থাপন কৰিলে অভিযোগ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যখনৰো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক উদ্দেশ্যি কয় যে, ৰাজ্যত কৃষকসকলে আত্মহত্যা কৰাৰ বাবে দায়ী শৰদ পাৱাৰ আৰু তেওঁৰ দলৰ নেতাসকল। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ফাডনাভিছে অকোলা জিলাত এক নিৰ্বাচনী ৰেলীত অংশ লৈ কৰে মন্তব্য।

মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ৰেলীত কয়- ‘কৃষকসকলৰ আত্মহত্যা শৰদ পাৱাৰ আৰু মহাৰাষ্ট্ৰত সেই সময়ত থকা তেওঁৰ চৰকাৰৰ বাবে হৈছিল। এয়া তেওঁলোকৰ পাপ। কৃষকসকলে তেওঁলোকৰ চৰকাৰৰ সময়তে আত্মহত্যা কৰিছিল আৰু সেই সময়চোৱাত এয়া বৃদ্ধি পাইছিল।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি