ডিমৌত নৃশংস হত্যাকাণ্ড

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ডিমৌৰ ম'হখুটি বাগিছাত নৃশংস হত্যাকাণ্ড।
  • তিনি দুৰ্বৃত্তই হত্যা কৰিলে এজন লোকক।
  • ধনঞ্জয় তাঁতী নামৰ লোকজনক হত্যা।
  • দুৰ্বৃত্ত তিনিটা ক্ৰমে- সোণটো নায়ক, বাপু নায়ক আৰু ভাইটি তাঁতী।
  • এই তিনি যুৱকে লোকজনক হত্যা কৰাৰ অভিযোগ।
  • সম্প্ৰতি পলাতক হৈ আছে আটাইকেইজন।
  • ঘটনা সন্দৰ্ভত ডিমৌ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in