লক্ষীপুৰৰ বিজেপি বিধায়কৰ বিৰুদ্ধে ৩০ বিষয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী…

লক্ষীপুৰৰ বিজেপি বিধায়কৰ বিৰুদ্ধে ৩০ বিষয়াৰ ব্যৱস্থা গ্ৰহণৰ দাবী…
  • লক্ষীপুৰৰ বিজেপি বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
  • ৩০ গৰাকী প্ৰশাসনিক বিষয়াই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।
  • বিধায়ক কৌশিক ৰায়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান বিষয়াসকলৰ।
  • মন্ত্ৰী অশোক সিংঘালৰ উপস্থিত ৩ গৰাকীকৈ প্ৰশাসনিক বিষয়াক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।
  • ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰিছে বিষয়া কেইগৰাকীয়ে।
  • এক বান শিবিৰ পৰিদৰ্শন কালত বিধায়কগৰাকীয়ে বিষয়া কেইগৰাকীক দুৰ্ব্যৱহাৰ কৰিছিল।
  • দীপাংকৰ নাথ, বিকাশ ছেত্ৰী আৰু হুছেইন মহম্মদ মবিনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ বিৰুদ্ধে।
  • ফলত কাছাৰ জিলাৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকল ক্ষোভিত হৈ পৰিছে।
  • বিধায়কগৰাকীয়ে চৰকাৰী প্ৰশাসনিক বিষয়াসকলক চাউল চোৰ আখ্যা দিছিল।
  • আনহাতে চক্ৰ বিষয়া দীপাংকৰ নাথৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল অসংসদীয় শব্দ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in