শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

দিল্লীৰ কোৰোনা পৰিস্থিতিঃ কঠোৰ উচ্চতম ন্যায়ালয়

  • অক্সিজেনৰ অভাৱত দিল্লীত অবৰ্ণনীয় পৰিস্থিতি।
  • দিল্লীৰ গল্ডেন হাস্পতালত ২৫ ৰোগীৰ মৃত্যু।
  • আই চি ইউত অক্সিজেনৰ অভাৱ হোৱাৰ বাবে মৃ্ত্যু হয় ৰোগীৰ।
  • দিল্লীৰ এই শোকাবহ ঘটনাক কেন্দ্ৰ কৰি কঠোৰ উচ্চতম ন্যায়ালয়।
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তৎকালীলভাৱে অক্সিজেন যোগান ধৰিবলৈ নিৰ্দেশ।
  • কৰ্তব্যত গাফিলতি বিষয়াক সাৱধান বাণী শুনালে উচ্চতম ন্যায়ালয়ে।
  • কৰ্তব্যত গাফিলতি কৰিলে ফাঁচীৰ হুকুম দিয়ে উচ্চতম ন্যায়ালয়ে।
  • ন্যায়াধীশ ৰেখা পাটিল আৰু বিপিন সাংহীৰ বিচাৰপীঠে প্ৰশ্ন কৰে দিল্লী চৰকাৰক।
  • কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে মিলি কোভিড বিৰুদ্ধে যুঁজ দিয়কঃ ন্যায়ালয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি