দিল্লীৰ কোৰোনা পৰিস্থিতিঃ কঠোৰ উচ্চতম ন্যায়ালয়

দিল্লীৰ কোৰোনা পৰিস্থিতিঃ কঠোৰ উচ্চতম ন্যায়ালয়
  • অক্সিজেনৰ অভাৱত দিল্লীত অবৰ্ণনীয় পৰিস্থিতি।
  • দিল্লীৰ গল্ডেন হাস্পতালত ২৫ ৰোগীৰ মৃত্যু।
  • আই চি ইউত অক্সিজেনৰ অভাৱ হোৱাৰ বাবে মৃ্ত্যু হয় ৰোগীৰ।
  • দিল্লীৰ এই শোকাবহ ঘটনাক কেন্দ্ৰ কৰি কঠোৰ উচ্চতম ন্যায়ালয়।
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তৎকালীলভাৱে অক্সিজেন যোগান ধৰিবলৈ নিৰ্দেশ।
  • কৰ্তব্যত গাফিলতি বিষয়াক সাৱধান বাণী শুনালে উচ্চতম ন্যায়ালয়ে।
  • কৰ্তব্যত গাফিলতি কৰিলে ফাঁচীৰ হুকুম দিয়ে উচ্চতম ন্যায়ালয়ে।
  • ন্যায়াধীশ ৰেখা পাটিল আৰু বিপিন সাংহীৰ বিচাৰপীঠে প্ৰশ্ন কৰে দিল্লী চৰকাৰক।
  • কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে মিলি কোভিড বিৰুদ্ধে যুঁজ দিয়কঃ ন্যায়ালয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in