শেহতীয়া খবৰ
সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ'ব গোচৰ...  •  কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু

ৰাজঘাটৰ ‘ভিজিটৰ বুক’ত কি লিখি থৈ গ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে…

932

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা ট্ৰাম্পে দ্বিতীয় দিনা পুৱাই ৰাষ্ট্ৰপতি ভৱনত পদধূলা পেলাই উপস্থিত হয় ৰাজঘাট ভৱনত। পত্নীৰ সৈতে ৰাজঘাটত উপস্থিত হৈ ট্ৰাম্পে বাপুৰ সমাধিস্থলত শ্ৰদ্ধা নিবেদন কৰে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটৰ ভিজিটৰ বুকত ৰাজঘাট আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ সম্পৰ্কে লিখিলে এনেদৰে-

আমেৰিকাবাসী সদায়েই মহাত্মা গান্ধীৰ দৰ্শনৰ সৈতে দৃঢ়তাৰে থাকিব। সচাঁকৈয়ে বৈচিত্ৰ্যপূৰ্ণ ভাৰত। এয়া আমাৰ বাবে এক ডাঙৰ সন্মান। ধন্যবাদ।

Image
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি