ৰাজঘাটৰ ‘ভিজিটৰ বুক’ত কি লিখি থৈ গ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে…

ৰাজঘাটৰ ‘ভিজিটৰ বুক’ত কি লিখি থৈ গ’ল মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে…

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ অহা ট্ৰাম্পে দ্বিতীয় দিনা পুৱাই ৰাষ্ট্ৰপতি ভৱনত পদধূলা পেলাই উপস্থিত হয় ৰাজঘাট ভৱনত। পত্নীৰ সৈতে ৰাজঘাটত উপস্থিত হৈ ট্ৰাম্পে বাপুৰ সমাধিস্থলত শ্ৰদ্ধা নিবেদন কৰে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজঘাটৰ ভিজিটৰ বুকত ৰাজঘাট আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ সম্পৰ্কে লিখিলে এনেদৰে-

আমেৰিকাবাসী সদায়েই মহাত্মা গান্ধীৰ দৰ্শনৰ সৈতে দৃঢ়তাৰে থাকিব। সচাঁকৈয়ে বৈচিত্ৰ্যপূৰ্ণ ভাৰত। এয়া আমাৰ বাবে এক ডাঙৰ সন্মান। ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in