২ সন্তানসহ ৩ মহলাৰ পৰা জাপ দিলে মহিলাই…

২ সন্তানসহ ৩ মহলাৰ পৰা জাপ দিলে মহিলাই…
  • দিল্লীত শোকাৱহ ঘটনা।
  • ২ টি সন্তানসহ এগৰাকী মহিলাৰ আত্মহনন।
  • এটা অট্টালিকাৰ ৩ মহলাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা।
  • ঘটনাস্থলীতে শিশু দুটিৰ কৰুণ মৃত্যু হয়।
  • আহত অৱস্থাত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয়।
  • পাৰিবাৰিক কন্দলৰ ফলতে সংঘটিত হয় এই শোকাৱহ ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in