২ শিক্ষকে ‘চৰিত্ৰহীন’ বুলি কৈছিল বাবেই আত্মহত্যা!

২ শিক্ষকে ‘চৰিত্ৰহীন’ বুলি কৈছিল বাবেই আত্মহত্যা!

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দিল্লীৰ ইন্দৰপুৰীত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীয়ে বাচি লয় আত্মহননৰ পথ। এই দুখজনক ঘটনা সন্দৰ্ভত পোহৰলৈ আহিছে নতুন তথ্য।

আত্মহননৰ পথ বাচি লোৱা ছাত্ৰীগৰাকীৰ মাতৃয়ে কয় যে- 'মোৰ ছোৱালীৰ মৃত্যুৰ পাছত তাইৰ বান্ধৱীয়ে মোক কৈছে যে, কেইদিনমানৰ পৰা তাই বহুত দুখত আছিল। সিঁহতৰ দুজন শিক্ষকে তাইক শ্ৰেণী কোঠাটোৰ সকলো ছাত্ৰ-ছাত্ৰীৰ আগত 'চৰিত্ৰহীন' বুলি কয়।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in