নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ ত্ৰিপুৰা ষ্টুডেন্টছ ইউনিয়নৰ

  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিল্লীত উত্তাল প্ৰতিবাদ ত্ৰিপুৰা ষ্টুডেন্টছ ইউনিয়নৰ ।
  • বিধেয়কখন বাতিলৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত এই প্ৰতিবাদ।
  • যোৱা ৮ জানুৱাৰীত ত্ৰিপুৰাত বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰৰ ওপৰত গুলীচালনাৰো প্ৰতিবাদ কৰে ছাত্ৰ সংগঠনটোৱে।
  • বিধেয়ক বাতিলৰ বাবে আন্দোলন চলাই যাব বুলিও কলে সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in