কোৰোনা ভেকচিন ল’লে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে

কোৰোনা ভেকচিন ল’লে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে
  • কোৰোনা ভেকচিন ল'লে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে।
  • দিল্লীৰ আৰ আৰ হস্পাতালত ললে ভেকচিন।
  • ভেকচিনৰ প্ৰথমটো ড'জ গ্ৰহণ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে।
  • উল্লেখ্য যে, দেশত বৰ্তমান দ্বিতীয় পৰ্যায়ৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in