২৪ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী

২৪ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী
  • দিল্লী আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰীক।
  • আৰক্ষীৰ এটা বিশেষ দলে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক।
  • গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুটাৰ পৰা ৬ কেজি ওজনৰ ড্ৰাগছ জব্দ।
  • জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২৪ কোটি টকা।
  • আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাক সোধপোছ অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in