দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই নিজা তদন্ত চলাব JNU কাণ্ডৰ…

দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই নিজা তদন্ত চলাব JNU কাণ্ডৰ…
  • জেএনইউত উপস্থিত দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ দল।
  • জেএনইউত সংঘটিত হিংসাত্মক কাণ্ডৰ তদন্তভাৰ অৰ্পণ কৰা হৈছে অপৰাধ অনুসন্ধান শাখাক।
  • দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল হিংসাত্মক কাণ্ড।
  • মুখাধাৰী এটা দুৰ্বৃত্তৰ দলে জেএনইউত প্ৰৱেশ কৰি লাঠি, ৰ'ডেৰে আক্ৰমণ চলাইছিল শিক্ষাৰ্থীৰ ওপৰত।
  • এই আক্ৰমণত কমেও ৩০ জন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক আহত হয়।
  • ইফালে এই ঘটনাৰ আঁৰত এবিভিপি জড়িত থকাৰ অভিযোগ তুলিছে বাওঁপন্থী ছাত্ৰসমাজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in