শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

দিল্লীত অক্সিজেনৰ অভাৱত ২০ৰোগীৰ মৃত্যু…

ডিজিটেল ডেস্কঃ ৰাজধানী চহৰ দিল্লীত অক্সিজেনৰ ভয়ংকৰ নাটনিয়ে দেখা দিছে। দিল্লীৰ জয়পুৰৰ গল্ডেন হাস্পতালত অক্সিজেনৰ অভাৱত মৃত্যু হৈছে ২০গৰাকী কোৰোনা ৰোগী। হাস্পতালখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, অক্সিজেনৰ অভাৱতে এই ২০গৰাকী ৰোগীৰ মৃত্যু হৈছে। উল্লেখ্য যে, অক্সিজেনৰ অভাৱ থকা হস্পতালখনত এতিয়াও ২০০গৰাকী কোৰোনা ৰোগীৰ অৱস্থা সংকটজনক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি