দিল্লীত কংগ্ৰেছ নেতৃত্বৰ শ্বাস ৰুদ্ধকৰ বৈঠক…

দিল্লীত কংগ্ৰেছ নেতৃত্বৰ শ্বাস ৰুদ্ধকৰ বৈঠক…
  • দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • কংগ্ৰেছৰ সাধাৰণ সম্পাদক, সচিব, ৰাজ্যিক সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতাসকলে ভাগ লৈছে এই শ্বাস ৰুদ্ধকৰ বৈঠকত।
  • বৈঠকত উপস্থিত আছে কংগ্ৰেছৰ বহু শীৰ্ষ নেতা।
  • কিছু সময়ৰ পূৰ্বে এই বৈঠকত উপস্থিত হৈছেহি মুকুল ৱাছনিক, আশা কুমাৰী আৰু কে সুৰেশ।
  • বৈঠকত আলোচনা হ'ব বহু গুৰুত্বপূৰ্ণ বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in