শেহতীয়া খবৰ
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...  •  ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী  •  মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!  •  আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ...  •  মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ…

60
  • কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েড্ডিয়ুৰপ্পাই শুকুৰবাৰে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।
  • দিল্লীস্থিত প্ৰধানমন্ত্ৰী কাৰ্যালয়ত সাক্ষাৎ কৰে মোডীক।
  • কৰ্ণাটক বান পৰিস্থিতিৰ সন্দৰ্ভত কৰে আলোচনা।
  • মুখ্যমন্ত্ৰী বি এছ য়েড্ডিয়ুৰপ্পাৰ লগতে মোডীক সাক্ষাৎ কৰে কৰ্ণাটকৰ কেইবাজনো মন্ত্ৰীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি