কৰ্মচাৰীক দৰমহা দিবলৈ নাই ধন! দিল্লীয়ে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫হাজাৰ কোটি…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ কোৰোনাই বিধ্বস্ত কৰা অৰ্থনীতিৰ সৈতে মোকাবিলা কৰিবলৈ দিল্লী চৰকাৰে কেন্দ্ৰৰ পৰা বিচাৰিলে ৫হাজাৰ কোটি। দিল্লীৰ বিত্ত মন্ত্ৰী মনীষ চিচৌদিয়াই দেওবাৰে সংবাদমেলযোগে এই কথা ৰাজহুৱা কৰে। সংবাদমেলত, চিচৌদিয়াই কয়- কৰ্মচাৰীক দৰমহা আৰু সাধাৰণ কিছু খৰচৰ বাবেই প্ৰয়োজন ৩৫০০ কোটি। উল্লেখ্য যে, দিল্লীত কোৰোনাত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত ১০হাজাৰো অধিক ব্যক্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in