১১৮৫ খন বিশেষ বিচনাৰে সৈতে কোৰোনাৰ বিৰুদ্ধে নতুনকৈ যুঁজিবলৈ সাজু দিল্লী চৰকাৰ..

১১৮৫ খন বিশেষ বিচনাৰে সৈতে কোৰোনাৰ বিৰুদ্ধে নতুনকৈ যুঁজিবলৈ সাজু দিল্লী চৰকাৰ..

ডিজিটেল ডেস্কঃ দিল্লী চৰকাৰে আশা কৰিছে যে ৰাজধানী চহৰখনত কোৰোনা ভাইৰাছে তৃতীয় পৰ্যায়ত উপনীত হৈছেহি। ইয়াৰ পিছত কোৰোনাৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি পোৱাটো সমীচিন নহয়। স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে যেতিয়ালৈকে কোৰোনাৰ কোনো ভেকচিন উপলব্ধ নহয় জনসাধাৰণে মাক্সখনকে ভেকচিন বুলি বুজে ব্যৱহাৰ কৰা উচিত।

জৈনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সতে হোৱা এক সাক্ষাৎকাৰত কয় যে, দিল্লী চৰকাৰে ৫০০ কোভিড বিচনা চৰকাৰী হস্পিতালত তৈয়াৰ কৰিছে য'ত ১১০খন আইচিইউ বিচনা আছে। ব্যক্তিগত চিকিৎসালয়ত ৬৮৫ খন বিচনা বৃদ্ধি কৰিছে আৰু শুকুৰবাৰ পৰ্যন্ত  সকলো চিকিৎসালয়ত মুঠ ১১৮৫ খন বিচনা সাজু ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in