দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন

দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন
  • দিল্লীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ।
  • এখন বিবাহস্থলীত সংঘটিত এই গুলীবৰ্ষণ।
  • গুলীবৰ্ষণত গুৰুতৰভাৱে আহত বিবাহ অনুষ্ঠানলৈ যোৱা এগৰাকী ব্যক্তি।
  • আহত ব্যক্তিজন বৰ্তমান চিকিৎসাধীন।
  • আৰক্ষী সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in