দিল্লীৰ উদ্যোগ নগৰত ভয়ানক অগ্নিকাণ্ড

দিল্লীৰ উদ্যোগ নগৰত ভয়ানক অগ্নিকাণ্ড
  • দিল্লীত পুৱাই ভয়ানক অগ্নিকাণ্ড।
  • উদ্যোগ নগৰ অঞ্চলত এটা ফেক্টৰীত লাগিল জুই।
  • ফেক্টৰীটোৰ ওপৰৰ মহললৈকে জুয়ে ঘেৰি ধৰিছে।
  • অগ্নিকাণ্ডত স্থলীত উপস্থিত ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • অগ্নিনিৰ্বাপনৰ চেষ্টা অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in