দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড…

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড…
  • দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।
  • উত্তম নগৰৰ এখন বস্ত্ৰ বিপণীত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ভস্মীভূত বিপণীখন।
  • ঘটনাস্থলীত ২৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰে জুই।
  • কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in