দিল্লীত ৰাজনৈতিক তৎপৰতা! শনিবাৰে বিজেপিৰ, শুকুৰবাৰে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক…

দিল্লীত ৰাজনৈতিক তৎপৰতা! শনিবাৰে বিজেপিৰ, শুকুৰবাৰে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক…
  • শনিবাৰে দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত।
  • এই বৈঠকতে চূড়ান্ত হ'ব লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা।
  • কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকো শুকুৰবাৰে অনুষ্ঠিত হ'ব নতুন দিল্লীত।
  • সেই বৈঠকতে দলটোৱে চূড়ান্ত কৰিব অসমৰ প্ৰাৰ্থীৰ তালিকা।
  • ইতিমধ্যে অসমৰ ২  কংগ্ৰেছৰ সাংসদৰ প্ৰাৰ্থিত্ব নিশ্চিত।
  • কলিয়াবৰত গৌৰৱ গগৈ আৰু শিলচৰত সুষ্মিতা দেৱৰ প্ৰাৰ্থিত্ব প্ৰথমৰ পৰাই নিশ্চিত আছিল।
  • এই দুয়োটা সমষ্টিত প্ৰাৰ্থীৰ পেনেলত আছে মাত্ৰ এজনকৈ প্ৰাৰ্থী।
  • নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল।
  • ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে পৱনসিং ঘাটোৱাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in