শেহতীয়া খবৰ
উত্তৰাখণ্ডত বন্যহস্তীৰ জাকে চলালে বাহনত আক্ৰমণ...  •  চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  শ্লোগানতে সীমাবদ্ধ চৰকাৰৰ বিকাশ নীতি! লখিমপুৰ-বিশ্বনাথ জিলাৰ সীমান্তৱৰ্তী গাঁৱৰ জনতাৰ মান্ধাতা যুগীয়া জীৱন...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...

দিল্লীত ৰাজনৈতিক তৎপৰতা! শনিবাৰে বিজেপিৰ, শুকুৰবাৰে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক…

141
  • শনিবাৰে দিল্লীত অনুষ্ঠিত হ’ব বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত।
  • এই বৈঠকতে চূড়ান্ত হ’ব লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা।
  • কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকো শুকুৰবাৰে অনুষ্ঠিত হ’ব নতুন দিল্লীত।
  • সেই বৈঠকতে দলটোৱে চূড়ান্ত কৰিব অসমৰ প্ৰাৰ্থীৰ তালিকা।
  • ইতিমধ্যে অসমৰ ২  কংগ্ৰেছৰ সাংসদৰ প্ৰাৰ্থিত্ব নিশ্চিত।
  • কলিয়াবৰত গৌৰৱ গগৈ আৰু শিলচৰত সুষ্মিতা দেৱৰ প্ৰাৰ্থিত্ব প্ৰথমৰ পৰাই নিশ্চিত আছিল।
  • এই দুয়োটা সমষ্টিত প্ৰাৰ্থীৰ পেনেলত আছে মাত্ৰ এজনকৈ প্ৰাৰ্থী।
  • নগাঁও সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল।
  • ডিব্ৰুগড় সমষ্টিত প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে পৱনসিং ঘাটোৱাৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি