দিল্লীৰ অসম ভৱনৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দিল্লীত প্ৰতিবাদ।
  • দিল্লীৰ অসম ভৱনৰ সন্মুখতে প্ৰদৰ্শন ক'লা পতাকা।
  • ৰুবুল দাসৰ নেতৃত্বত যোৱা দলৰ ৰাজধানী চহৰখনত প্ৰতিবাদ।
  • প্ৰথমে গণৰাজ্য দিৱসৰ দিনা প্ৰতিবাদৰ পৰিকল্পনা কৰিছিল।
  • আৰক্ষীয়ে আগনিশাই আটক কৰাত সম্ভৱ নহ'ল প্ৰতিবাদ।
  • ৭০ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে ক'লা পতাকা প্রদর্শন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in