মহানগৰীত ডকাইতি, লুটি নিলে সোণৰ আ-অলংকাৰ, নগদ ধন, বাহন

মহানগৰীত ডকাইতি, লুটি নিলে সোণৰ আ-অলংকাৰ, নগদ ধন, বাহন
  • মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি।
  • গড়চুকত নিশা পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সা-সম্পত্তি।
  • গৃহস্থৰ হাত-ভৰি বান্ধি দুৰ্বৃত্তৰ লুটি নিলে সকলো।
  • গড়চুকৰ আহোমগাঁৱত সংঘটিত হয় এই ঘটনা।
  • দুৰ্বৃত্তই লুটি নিলে সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন।
  • এখন আই-১০ বাহনো লুটি নিয়ে।
  • এছএছবিৰ প্ৰাক্তন বিষয়া কাচুং ছুলেমানৰ ঘৰত সংঘটিত হয় এই ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in