শেহতীয়া খবৰ
অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  বিজেপিৰ নিৰ্বাচনী কমিটীৰ বৈঠক অব্যাহত, বিলম্ব হ’ব প্ৰাৰ্থী তালিকা ঘোষণাত  •  যোৰহাটত ১৪৪ ধাৰা জাৰি, দুচকীয়া বাহনত দুজন লোক উঠাত নিষেধাজ্ঞা প্ৰশাসনৰ

মহানগৰীত ডকাইতি, লুটি নিলে সোণৰ আ-অলংকাৰ, নগদ ধন, বাহন

63
  • মহানগৰীত নিশা চাঞ্চল্যকৰ ডকাইতি।
  • গড়চুকত নিশা পিষ্টল দেখুৱাই দুৰ্বৃত্তই লুটি নিলে সা-সম্পত্তি।
  • গৃহস্থৰ হাত-ভৰি বান্ধি দুৰ্বৃত্তৰ লুটি নিলে সকলো।
  • গড়চুকৰ আহোমগাঁৱত সংঘটিত হয় এই ঘটনা।
  • দুৰ্বৃত্তই লুটি নিলে সোণৰ আ-অলংকাৰৰ লগতে নগদ ধন।
  • এখন আই-১০ বাহনো লুটি নিয়ে।
  • এছএছবিৰ প্ৰাক্তন বিষয়া কাচুং ছুলেমানৰ ঘৰত সংঘটিত হয় এই ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি