শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দীপিকাৰ সৈতে পৰিয়ালৰ সকলোৰে কোভিড পজিটিভ…

1,285

ডিজিটেল ডেস্কঃ বলিউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন আক্ৰান্ত হৈছে কোৰোনাত। পিতৃ আক্ৰান্ত হোৱা কেইটামান দিনৰ পিছতে কোৰোনাত আক্ৰান্ত হৈছে অভিনেত্ৰীগৰাকী। উল্লেখ্য যে, পৰিয়ালৰ সৈতে বৰ্তমান অভিনেত্ৰী গৰাকী আছে বেংগালুৰুত। কোভিড পজিটিভ হোৱাৰ পাছতে হোম কোৱাৰেন্টাইনত আছে অভিনেত্ৰী গৰাকী। দীপিকাৰ মাতৃ আৰু ভগ্নীও আক্ৰান্ত হৈছে কোৰোনাত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি