শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি,  নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক
  • শ্ৰীলংকাৰ ভয়াবহ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি।
  • শ্ৰীলংকাৰ গৃহ বিভাগে সদৰি কৰা মতে, আহত হৈছে ৫ শতাধিক লোক।
  • নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক।
  • ভাৰত, পাকিস্তান, ইংলেণ্ড আদি কেইবাখনো ৰাষ্ট্ৰৰ নাগৰিক নিহত বোমা বিস্ফোৰণত।
  • উল্লেখ্য যে, দেওবাৰে পুৱা সংঘটিত হৈছিল ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণ।
  • এখন পঞ্চতাৰকাযুক্ত হোটেল আৰু গীৰ্জা ঘৰত সংঘটিত হৈছিল বিস্ফোৰণ।
  • বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত পঞ্চতাৰকাযুক্ত হোটেলখনত বাহৰ পাতি আছিল বিদেশী নাগৰিকসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in