দিল্লীত প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, আৰক্ষীসহ নিহতৰ সংখ্যা ১৭ লৈ বৃদ্ধি

দিল্লীত প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, আৰক্ষীসহ নিহতৰ সংখ্যা ১৭ লৈ বৃদ্ধি
  • দেশৰ ৰাজধানী চহৰ দিল্লীত অব্যাহত উত্তপ্ত পৰিস্থিতি।
  • 'কা' বিৰোধী প্ৰতিবাদত হিংসাত্মক ঘটনা।
  • বৰ্তমান লৈকে মৃত্যু হৈছে ১৭ জনকৈ লোকৰ।
  • বুধবাৰে পুৱা গুৰু টেগ বাহাদুৰ হাস্পাতালত পুনৰ ৪ জন লোকৰ মৃত্যু।
  • মাৰ্কিন ৰাষ্ট্ৰতি ডোনাল্ড ট্ৰাম্প দিল্লীত থকাৰ সময়তে এই হিংসাত্মক ঘটনা আৰম্ভ হৈছিল।
  • প্ৰতিবাদকাৰীয়ে এফালৰ পৰা ধ্বংস কৰিছিল বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, বাহন।
  • ইতিমধ্যে এই ঘটনাত আৰক্ষীৰ লোকো নিহত হৈছে।
  • প্ৰায় ডেৰ শতাধিক লোক আহত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in