কেৰালাত বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৭২জনলৈ বৃদ্ধি

কেৰালাত বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৭২জনলৈ বৃদ্ধি
  • কেৰালাত বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • এতিয়ালৈকে ৭২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।
  • ৰাজ্যখনত ৮০টাতকৈ অধিক সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
  • ইফালে সন্ধানহীন হৈ আছে ৫৮ জন লোক।
  • কেৰালাত বন্যাৰ্তক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে চেষ্টা অব্যাহত ৰাখিছে।
  • বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
  • এছডিআৰএফ বাহিনী আৰু আৰক্ষীয়ে বান প্ৰভাৱিত অঞ্চলসমূহৰ পৰা হেলিকপ্টাৰ, নাও আদিৰে লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰয়াস চলাই আছে।
  • অন্যহাতে ৰাজ্যখনৰ কন্নৌৰ, মছুৱাৰ আদি জিলাত বানৰ ফলত বহু লোক গৃহহাৰা হৈ পৰাৰ খবৰ লাভ হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in