শেহতীয়া খবৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান

কেৰালাত বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা ৭২জনলৈ বৃদ্ধি

94
  • কেৰালাত বানৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি।
  • এতিয়ালৈকে ৭২ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে।
  • ৰাজ্যখনত ৮০টাতকৈ অধিক সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।
  • ইফালে সন্ধানহীন হৈ আছে ৫৮ জন লোক।
  • কেৰালাত বন্যাৰ্তক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে চেষ্টা অব্যাহত ৰাখিছে।
  • বানাক্ৰান্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
  • এছডিআৰএফ বাহিনী আৰু আৰক্ষীয়ে বান প্ৰভাৱিত অঞ্চলসমূহৰ পৰা হেলিকপ্টাৰ, নাও আদিৰে লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰাৰ প্ৰয়াস চলাই আছে।
  • অন্যহাতে ৰাজ্যখনৰ কন্নৌৰ, মছুৱাৰ আদি জিলাত বানৰ ফলত বহু লোক গৃহহাৰা হৈ পৰাৰ খবৰ লাভ হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি