উত্তৰ পূূূব দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি…

উত্তৰ পূূূব দিল্লীৰ হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি…
  • দিল্লীত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি।
  • উত্তৰ পূব দিল্লীৰ বিভিন্ন অঞ্চলত সংঘটিত হিংসাত্মক ঘটনাত প্ৰাণ হেৰুৱায় লোক কেইজনে।
  • আনহাতে দুই শতাদিক লোক আহত হৈছে এই হিংসাত্মক ঘটনাত।
  • শুকুৰবাৰে হিংসাজৰ্জৰ অঞ্চলসমূহৰ পৰিস্থিতি কিছু স্বাভাৱিক হৈছে।
  • দোকান পোহাৰ খোলাৰ লগতে ৰাজপথত যান বাহনৰো চলাচল ঘটিছে কোনো কোনো অঞ্চলত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in