মহাৰাষ্ট্ৰত অট্টালিকা খহি মৃত্যু হোৱাৰ সংখ্যা ২১জনলৈ বৃদ্ধি…

মহাৰাষ্ট্ৰত অট্টালিকা খহি মৃত্যু হোৱাৰ সংখ্যা ২১জনলৈ বৃদ্ধি…
  • মহাৰাষ্ট্ৰৰ ভিৱাণ্ডী এলেকাৰ অট্টালিকা খহি মৃত্যু হোৱা লোকৰ সংখ্যা পাইছে বৃ্দ্ধি।
  • মঙলবাৰলৈ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ২১টা মৃতদেহ।
  • থানে পৌৰ নিগমে সদৰী কৰে এই কথা।
  • বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে উক্ত স্থানত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in