ভূমিকম্পই প্ৰাণ কাঢ়িলে ১৮ জনকৈ লোকৰ, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা…

ভূমিকম্পই প্ৰাণ কাঢ়িলে ১৮ জনকৈ লোকৰ, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ আশংকা…
  • শুকুৰবাৰে নিশা ভূমিকম্পই জোকাৰি গ'ল তুৰ্কী।
  • ভূমিকম্পই প্ৰাণ কাঢ়িলে ১৮ জনকৈ লোকৰ।
  • পূব তুৰ্কীত অনুভূত হয় এই ভূমিকম্প।
  • ৬.৮ প্ৰাবল্যৰ আছিল এই ভূমিকম্প।
  • ভূমিকম্পৰ ফলত ১৮ জন লোকৰ মৃত্যু হোৱাৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ।
  • মৃত্যু হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in