চিৰাঙত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ….

চিৰাঙত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ….
  • চিৰাঙত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ।
  • চিৰাঙৰ আমটেকা বজাৰৰ লংখাৰ নৈত উদ্ধাৰ হৈছে্ মৃতদেহটো।
  • উৱলি যোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
  • মৃতদেহটো লাংখাৰ নৈৰ পানীৰ মাজত প্রত্যক্ষ কৰে স্থানীয় ৰাইজে।
  • লোকজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in