টীয়কত যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • যোৰহাটৰ টীয়কত চাঞ্চল্যকৰ ঘটনা।
  • টীয়ক চাহ বাগিচাৰ সমীপৰ ১২নং লাইনত উদ্ধাৰ এহাল যুৱক-যুৱতীৰ মৃতদেহ।
  • এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ দুয়োৰে মৃতদেহ।
  • একাংশ শ্ৰমিকে মৃতদেহ দুটা প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।
  • নিহত যুৱক-যুৱতীক হাল কমল ভূমিজ আৰু সুভ্ৰদা ৰাজোৱাৰ।
  • যুৱক-যুৱতীহালে আত্মহত্যা কৰাৰ সন্দেহ একাংশৰ।
  • কিন্তু এতিয়াও সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত।
  • টীয়ক আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in