কামপুৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

কামপুৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
  • কামপুৰৰ বাৰেগোগাত ৰহস্যজনক ভাবে যুৱকৰ মৃতদেহ উদ্ধাৰ।
  • কামপুৰ আদৰ্শ গাঁৱৰ ৰেল লাইনত উদ্ধাৰ মৃতদেহটো।
  • ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত।
  • হত্যা নে আত্মহত্যা সেয়া ৰহস্য।
  • যুৱকজন নিজ নাৰিকলৰ কমল নাথ।
  • ঘটনাক কেন্দ্ৰ সৃষ্টি হৈছে চাঞ্চল্যৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in