দৈয়াং জলবিদ্যুৎ প্ৰকল্পত নীপকোৱে আকৌ খুলিছে গেট

দৈয়াং জলবিদ্যুৎ প্ৰকল্পত নীপকোৱে আকৌ খুলিছে গেট

  • দৈয়াং জলবিদ্যুৎ প্ৰকল্পত পুনৰ খুলিছে নীপকোৰ গেট।
  • বৃদ্ধি পাইছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ জলপৃষ্ঠ।
  • ৩২৪.২০ মিটাৰলৈ বৃদ্ধি পাইছে জলপৃষ্ঠ।
  • জলপৃষ্ঠ আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা।
  • পুৱা খুলি দিছিল ২ খনকৈ ৰেডিয়েল গেট।
  • দুপৰীয়া খুলি দিয়ে ৪ খনকৈ গেট।
  • নীপকোৱে সদৰী কৰিছে এই তথ্য।
  • যিকোনো মুহূৰ্ততে পুনৰ জলপ্ৰলয়ৰ সম্ভৱনা।
  • ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান গোলাঘাট জিলা প্ৰশাসনৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in