গৰুখুটিৰ সংঘাতঃ আজি দৰং জিলা বন্ধ ঘোষণা…

গৰুখুটিৰ সংঘাতঃ আজি দৰং জিলা বন্ধ ঘোষণা…
  • বৃহস্পতিবাৰে দৰং জিলা প্ৰশাসনে উচ্ছেদ চলাবলৈ যোৱাৰ পিচত সংঘটিত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া।
  • শুক্ৰবাৰে১২ ঘণ্টীয়া দৰং জিলা বন্ধ ঘোষণা কেইবাটাও সংগঠনৰ।
  • আমছুৰ দৰং জিলা সমিতি, সংগ্ৰাম পৰিষদ, জমিয়ত উলেমা হিন্দ, ইত্তেহাদ ফ্ৰণ্ট, নেমছু, মুছাৰ আদি দল, সংগঠনে আহ্বান কৰিছে এই বন্ধ।
  • বৃহস্পতিবাৰে গৰুখুটিত আৰক্ষীৰে দখলকাৰীৰ সূত্ৰপাত হৈছিল সংঘাত।
  • এই সংঘাটতআহত হৈছিল ৯ জনকৈ আৰক্ষীৰ লোকৰ লগতে কেইবাজনো দখলকাৰী।
  • আৰক্ষীৰ গুলীত প্ৰাণ গৈছে তিনিজন দখলকাৰীৰ।
  • সমগ্ৰ ঘটনাই ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি কৰিছে চাঞ্চল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in