দৰঙৰ এছ.পি, এ.এছ.পি, ধুলা থানাৰ অ’চিক নিলম্বন…

দৰঙৰ এছ.পি, এ.এছ.পি, ধুলা থানাৰ অ’চিক নিলম্বন…

ডিজিটেল ডেস্ক :

  • দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰয়ক নিলম্বন।
  • জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষককো কৰা হৈছে নিলম্বন।
  • ধুলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই ৰয়কো নিলম্বন।
  • আদিবাসী এগৰাকী বনকৰা ছোৱালীৰ মৃত্যু তদন্ত কৰিবলৈ দিছিল নিৰ্দেশ।
  • খোদ মুখ্যমন্ত্ৰীয়ে দিছিল নিৰ্দেশ।
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো মনা নাছিল জিলাখনৰ আৰক্ষীয়ে।
  • সেয়েহে এই কঠোৰ পদক্ষেপ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • আদিবাসী বনকৰা ছোৱালীজনীৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হৈছে এছ আই টি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in