দক্ষিণ মাজুলীৰ ভেকেলী মিছিং গাঁৱত বুটমাহত বিষক্ৰিয়া…

  • দক্ষিণ মাজুলীৰ ভেকেলী মিছিং গাঁৱত বুটমাহত বিষক্ৰিয়া।
  • শিশুসহ ডেৰ শতাধিক লোক আক্ৰান্ত হৈছে বিষক্ৰিয়াত।
  • আটাইকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
  • বৃহস্পতিবাৰে টি এম পি কেৰ প্ৰতিষ্ঠা দিৱসত বুটমাহ খাই অসুস্থ হৈ পৰে লোকসকল।
  • তিনিজনৰ অৱস্থা গুৰুতৰ হোৱাত তেওঁলোকক ৰখা হৈছে আই চি ইউত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in