জুনু শৰ্মা হত্যাকাণ্ডঃ দদৰাত উপস্থিত এডিজিপি মুকেশ আগৰৱালা

জুনু শৰ্মা হত্যাকাণ্ডঃ দদৰাত উপস্থিত এডিজিপি মুকেশ আগৰৱালা
  • জুনু শৰ্মাৰ হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।
  • ঘটনাক কেন্দ্ৰকৰি তৎপৰতা অৱলম্বন অসম আৰক্ষীৰ।
  • ঘটনাৰ তদন্তৰ বাবে দদৰা আৰক্ষী চকীত উপস্থিত মুকেশ আগৰৱালা।
  • অসম আৰক্ষীৰ আইন শৃংখলাৰ এ ডি জি পি মুকেশ আগৰৱালা।
  • আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ নিৰ্দেশত দদৰাত উপস্থিত আগৰৱালা।
  • মঙলবাৰে ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাৰ বিষয়া জুনু শৰ্মা নিহত হৈছিল দুৰ্বৃত্তৰ গুলীত।
  • বৰ্তমানলৈকে আৰক্ষীয়ে লাভ কৰা নাই কোনো তথ্য।
  • আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰে আলোচনা মুকেশ আগৰৱালাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in