ট্ৰেক্টৰেৰে খুন্দিয়াই হত্যাৰ চেষ্টা আৰক্ষী বিষয়াক…

ট্ৰেক্টৰেৰে খুন্দিয়াই হত্যাৰ চেষ্টা আৰক্ষী বিষয়াক…

  • ডবকাৰ চৌধুৰীবজাৰত চাঞ্চল্যকৰ ঘটনা।
  • দেওবাৰ সংঘটিত হয় এই ঘটনা।
  • মোৰাঝাৰ আৰক্ষী বিষয়া বিজয় কৃষ্ণ নাথক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ।
  • ট্রেক্টৰেৰে খুন্দিয়াই বিষয়াজনক হত্যাৰ চেষ্টা ভূ-মাফিয়াৰ।
  • কাষৰ পুখুৰীত জাঁপ মাৰি প্রাণৰক্ষা আৰক্ষী বিষয়াজনৰ।
  • আৰক্ষী বিষয়াজনে খেদি খেদি কৰায়ত্ত কৰে ট্রেক্টৰখনৰ চালকক।
  • ট্রেক্টৰসহ আটক কৰে চালক ইয়াহইয়া আহমেদক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in