শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

আইপিএলঃ ধোনী বাহিনীৰ বিৰুদ্ধে খেলপথাৰত নামিব দিল্লী কেপিটেলছ…

  • শনিবাৰে আইপিএলৰ এখন গুৰুত্বপূৰ্ণ মেচ।
  • সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামিব দিল্লী।
  • এম এছ ধোনীৰ নেতৃত্বাধীন দলটোক পৰাস্ত কৰিবলৈ সাজু হৈছে ঋষভ পন্টৰ দিল্লী কেপিটেলছ।
  • ইতিমধ্যে টছত জয়ী হৈছে ঋষভ পন্ট।
  • টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি