আইপিএলঃ ধোনী বাহিনীৰ বিৰুদ্ধে খেলপথাৰত নামিব দিল্লী কেপিটেলছ…

আইপিএলঃ ধোনী বাহিনীৰ বিৰুদ্ধে খেলপথাৰত নামিব দিল্লী কেপিটেলছ…
  • শনিবাৰে আইপিএলৰ এখন গুৰুত্বপূৰ্ণ মেচ।
  • সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ বিৰুদ্ধে খেলপথাৰত নামিব দিল্লী।
  • এম এছ ধোনীৰ নেতৃত্বাধীন দলটোক পৰাস্ত কৰিবলৈ সাজু হৈছে ঋষভ পন্টৰ দিল্লী কেপিটেলছ।
  • ইতিমধ্যে টছত জয়ী হৈছে ঋষভ পন্ট।
  • টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে দিল্লী কেপিটেলছৰ অধিনায়কগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in