ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম এদিনীয়া, UPDATE

ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম এদিনীয়া, UPDATE

বৰ্ষাপাৰাত আৰম্ভ হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মহাৰণ৷

টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীৰ৷

ৱেষ্ট ইণ্ডিজৰ হৈ ক্ৰিজত দুই অপেনাৰ কেইৰণ পোৱেল আৰু চন্দ্ৰপল হেমৰাজ৷

৩ অভাৰত ১৩ ৰাণ সংগ্ৰহ কেৰিবিয়ান দলটোৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in