পিতৃ হ’ল হাৰ্দিক পাণ্ডিয়া…

পিতৃ হ’ল হাৰ্দিক পাণ্ডিয়া…

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে হাৰ্দিক পাণ্ডিয়াৰ ঘৰলৈ আহিল এটা ভাল খবৰ। বৃহস্পতিবাৰে দুপৰীয়াভাগত পিতৃ হল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ গৰাকী। পত্নী নাটাছাই বৃহস্পতিবাৰে এটি পুত্ৰ সন্তান জন্ম দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে ছচিয়েল মিডিয়াত কোটি কোটি অনুৰাগীয়ে জনাইছে শুভেচ্ছা। উল্লেখ্যযে, লকডাউনৰ মাজতে হাৰ্দিক আৰু সন্তানসম্ভৱা নাটাছাৰ এখন ফটোয়ে ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in