যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা…

যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা…
  • চিপিআইৰ ৭ জন প্ৰাৰ্থীৰ নাম ঘোষণা।
  • অসমৰ যোৰহাট আৰু লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা চিপিআইৰ।
  • যোৰহাট সমষ্টিৰ পৰা কংকণ গগৈক প্ৰাৰ্থিত্ব প্ৰদান।
  • লখিমপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে অৰূপ কলিতাক।
  • ইয়াৰ উপৰিও পশ্চিম বংগৰ ৩টা আৰু তামিলনাডুৰ ২ টা লোকসভা সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা চিপিআইৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in