গৰু চোৰ কৰি আৰক্ষীৰ জালত গাঁও পঞ্চায়তৰ সভাপতি

গৰু চোৰ কৰি আৰক্ষীৰ জালত গাঁও পঞ্চায়তৰ সভাপতি
  • এইবাৰ গৰু চোৰৰ অভিযোগ পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে।
  • গৰু চুৰিত জড়িতৰ অভিযোগত তেজপুৰত আটক গাঁও পঞ্চায়তৰ সভাপতি৷
  • ৰাজগড় গাঁও পঞ্চায়তৰ সভাপতি মোজাম্মিল হকক আটক।
  • শনিবাৰে নিশা কৰৈয়নী বঙালী গাঁৱৰ বাসগৃহৰ পৰা আৰক্ষীয়ে কৰিলে সভাপতিজনক।
  • পূর্বেও এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in