অৰুণাচললৈ নিয়াৰ সময়তে ৯টা গৰু সহ তিনি চোৰক আটক

অৰুণাচললৈ নিয়াৰ সময়তে ৯টা গৰু সহ তিনি চোৰক আটক
  • সোণাৰিৰ কানুবাৰিত ৯টা গৰুসহ তিনি চোৰক আটক।
  • গাঁওৰক্ষী বাহিনী আৰু সাপেখাতী আৰক্ষীৰ অভিযানত আটক।
  • অৰুণাচলৈ কঢ়িয়াই নিয়াৰ পথত আটক চোৰকেইটাক
  • আটক মনোজ কোচ, ৰাহুল কোচ, ৰবীন ৰাভা।
  • আৰক্ষীয়ে জব্দ কৰে AS 04 BC 4087 নম্বৰৰ এখন বাহন
  • লগতে জব্দ কৰে এখন মটৰ চাইকেলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in